2020 চনৰ 01 জুলাইত বৃদ্ধি হোৱাৰ পিছতো দৰমহাৰ পূৰ্বৰ দৰে একে চলি আছে, কিন্তু covid-১৯ অৰ বাবে বৃদ্ধি কৰিব পৰা নাছিল। 7তম্ pay commission এই কথা সদৰি কৰিছে । এতিয়া কেন্দ্ৰীয় কৰ্মচাৰী সকলক জুলাই ০১,২০২১ তাৰিখৰ পৰা নতুন DA আৰু DR সংযোগ কৰিব।
DA আৰু DR পূৰ্বৰ ১৭ শতাংশ অৰ পৰা ২৮ শতাংশ লৈ বৃদ্ধি কৰিব বুলি জনাইছে।
প্ৰকাশ কৰা তথ্য মতে , বৃদ্ধি পৰিমাণ অংশ ৩ টা কিস্তিত সকলো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী, তথা পেন্সন দৰমহা প্ৰাপ্ত সকলে লাভ কৰিব ।
এই খবৰে সকলেকে আনন্দিত কৰিছে ।
0 Comments