Ad Code

Responsive Advertisement

upcoming mi mobiles

Xaomi mi mix 4


আহি আছে xaomi mi mix 4 মোবাইলটো যাৰ শক্তি Qualcomm SM8350   Snapdragon   888+   5G (5 nm) । 5G যুক্ত dual sim কাৰ্ড ব্যবহাৰ কৰিব পাৰি ।  ছুপাৰ AMOLED display আৰু আছে বহুত features। 6.67 inch display খনত ১২০ Hz refresh rate (1080 x 2400 pixels) , 20:9 ratio  (~395 ppi density)
ব্যবহৃত হৈছে । (8gb আৰু 12gb ram) আৰু (128GB, 256GB, 512GB Storage ) যুক্ত মোবাইল বজাৰত সহজে পাবলৈ সক্ষম হব ।

108 MP (f/1.9, rear) 
13 MP  (f/2.2, ultra-wide) 
 8 MP  (f/4.1, periscope telephoto)
Ei তিনিটা কেমেৰা ৰে ভাল photo তুলিব পাৰিব ।


Post a Comment

0 Comments